Description
SEBA Class 10 General Science Chapter 9: বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution) – Assamese Question Answer PDF
অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক অতি প্রয়োজনীয় PDF নোট। SEBAৰ HSLC পৰীক্ষাত Chapter 9 “বংশগতি আৰু ক্ৰমবিকাশ” (Heredity and Evolution)ৰ পৰা সদায়ে প্রশ্ন আহে। এই অধ্যায়টোৰ জটিল বিষয়বস্তুবোৰ সহজ আৰু স্পষ্ট Assamese ভাষাত উপস্থাপন কৰি, আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতিক শক্তিশালী কৰিবলৈ এই PDF খন বিশেষভাৱে প্ৰস্তুত কৰা হৈছে।

Reviews
There are no reviews yet.