SEBA Class 10 General Science All Chapters Assamese Medium Question Answer. Get complete chapter-wise solutions, MCQs, important questions, and PDF downloads for HSLC 2025 Exam. একেখন পোষ্টতে সমগ্র বিজ্ঞানৰ সমাধান।
সকলো অধ্যায়ৰ অসমীয়া প্রশ্ন-উত্তৰ
এই Post-ত আপুনি SEBA Class 10 General Science-ৰ সকলো ১৬টা অধ্যায়ৰ সম্পূৰ্ণ Assamese Question Answer, MCQs, Important Questions একেখন পোষ্টতে পাব। এই গাইডখন HSLC 2026 পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে।
Chapter-wise Solutions
তলত দিয়া Chapter List-ত ক্লিক কৰি প্ৰত্যেকটা অধ্যায়ৰ সম্পূৰ্ণ সমাধান চাব পাৰিব:
| Chapter No. | Chapter Name (Assamese) | Direct Link | |
|---|---|---|---|
| ১ | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | View Solutions | |
| ২ | এছিড, ক্ষাৰক আৰু লৱণ | View Solutions | |
| ৩ | ধাতু আৰু অধাতু | View Solutions | |
| ৪ | কাৰ্বন আৰু তাৰ যৌগ | View Solutions | |
| ৫ | মৌলৰ পৰ্যাবৃত্ত শ্রেণীবিভাজন | View Solutions | |
| ৬ | জীৱন প্রক্রিয়া | View Solutions | |
| ৭ | নিয়ন্ত্ৰণ আৰু সমন্বয় | View Solutions | |
| ৮ | জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? | View Solutions | |
| ৯ | বংশগতি আৰু ক্ৰমবিকাশ | View Solutions | |
| ১০ | পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ | View Solutions | |
| ১১ | মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী | View Solutions | |
| ১২ | বিদ্যুৎ | View Solutions | |
| ১৩ | বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্রিয়া | View Solutions | |
| ১৪ | শক্তিৰ উৎসসমূহ | View Solutions | |
| ১৫ | আমাৰ পৰিৱেশ | View Solutions | |
| ১৬ | প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা | View Solutions |
HSLC 2025ৰ বাবে বিশেষ সহায়
১. Important Questions Chapter-wise
প্ৰতিটো Chapter-ৰ পৰা Board Exam-ত অহা Most Important 5 Questionsৰ তালিকা।
২. Diagram Based Questions
বিজ্ঞানত Diagram-ৰ গুৰুত্ব অতি বেছি। আমি প্ৰতিটো Chapter-ৰ Necessary Diagram সহায়েৰে দিছোঁ।
৩. MCQs for Final Revision
পৰীক্ষাৰ আগত শেষ revision-ৰ বাবে Chapter-wise MCQs।
PDF Download Section
প্ৰতিটো Chapter-ৰ সমাধান আপুনি PDF আকাৰত Download কৰিব পাৰিব। সকলো PDF একেলগে Download কৰিবলৈ তলৰ Link-ত ক্লিক কৰক:
ALL CHAPTERS PDF DOWNLOAD ( soon )
HSLC 2025 Preparation Tips
১. Chapter 1, 5, 10, 12 – এই Chapter-কেইটা Weightage বেছি, প্ৰথমে এইবোৰ কৰক।
২. Diagram আৰু Numerical-লৈ বিশেষ গুৰুত্ব দিব।
৩. Previous Year Question Paper-ৰ প্ৰশ্ন অনুশীলন কৰিব।
Frequently Asked Questions (FAQ)
Q1: সকলো Chapter-ৰ Solution অসমীয়াত পামনে?
হয়, আমি প্ৰতিটো Chapter-ৰ সম্পূৰ্ণ সমাধান Assamese ভাষাত Prepared কৰি দিছোঁ।
Q3: HSLC 2025-ৰ New Syllabus অনুসৰিহে Solutions দিয়া হৈছে?
হয়, আমি SEBA-ৰ Latest Syllabus (2024-25) অনুসৰিহে Solutions Prepared কৰিছো।
সহায় (Support)
কোনো প্রশ্ন থাকিলে Comment Section-ত সুধিব পাৰিব বা Email কৰিব পাৰে।



